আন্তঃৰাষ্ট্ৰীয়

আমেৰিকাৰ নিৰ্বাচনঃ ৮খন আসনৰ ব্যৱধানেৰে নেতৃত্বত জো ৱাইডেন…

asomiyapratidin

ডিজিটেল ডেস্কঃ আমেৰিকা নিৰ্বাচনত ডেমক্ৰেটিক পাৰ্টিৰ প্ৰাৰ্থী জো ৱাইডেনে বুধবাৰে কয় যে, তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে কাম কৰিবলৈ আগ্ৰহী । ইয়াৰ বাবে তেওঁৰ সমৰ্থকসকলক তেওলোকৰ ধৈৰ্যৰ বাবে ধন্যবাদ জনায়।

তেওঁ কয় যে,কোনে জানে তেওঁৰ সমৰ্থক সকলে এই ধৈৰ্য বৃহস্পতিবাৰ পৰ্যন্ত অথবা অনাগত বহুদিন ধৰি ধৈৰ্য ধৰিব লাগিব।। ট্ৰাম্প আৰু ৱাইডেনৰ মাজৰ এই যুঁজত বৰ্তমানলৈ ৱাইডেনে ২১৯খন আৰু ট্ৰাম্পে ২১১খন আসন লাভ কৰিছে।