J&K blast
J&K blast 
আন্তঃৰাষ্ট্ৰীয়

জম্মু-কাশ্মীৰৰ উধামপুৰত বিস্ফোৰণ, ৰখাই থোৱা বছত সংঘটিত হয় বিস্ফোৰণ...

Asomiya Pratidin
  • জম্মু-কাশ্মীৰৰ উধামপুৰ অঞ্চলত সংঘটিত হয় বিস্ফোৰণৰ ঘটনা।

  • ৰখাই থোৱা বাছত সংঘটিত হয় এই বিস্ফোৰণ।

  • এটা পেট্র’ল পাম্পৰ কাষত ৰখাই থৈছিল বাছখন।

  • আহত হৈছে দুজনকৈ লোক।

  • আহত দুয়োকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।