পাকিস্তানৰ আই এছ আইৰ নতুন সঞ্চালক প্ৰধান নিযুক্তি।লেফটেনেন্ট জেনেৰেল অসীম মুনি হ'ব আই এছ আইৰ নতুন সঞ্চালক প্ৰধান।পাকিস্তানৰ সংবাদমাধ্যমত এই খবৰ প্ৰকাশ।ড'ন নিউজে সদৰী কৰিছে এই তথ্য।