দেওবাৰে পুৱাই ইন্দোনেছিয়া কঁপালে ভূমিকম্পই।ইন্দোনেছিয়াৰ ল'ম্বোকত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি।৫.৫ প্ৰাবল্যৰ আছিল এই ভূমিকম্প।পুৱা প্ৰায় ৭.০০ বজাত (ক'ৰ্ডিনেটেড ইউনিভাৰ্ছেল সময় অনুসৰি) অনুভূত হয় ভূমিকম্প।বৰ্তমানলৈ কোনো ক্ষয়ক্ষতিৰ খবৰ পোৱা হোৱা নাই।