আন্তঃৰাষ্ট্ৰীয়

পুনৰ জোকাৰিলে ৪.৭ প্ৰাৱল্যৰ ভূমিকম্পই

asomiyapratidin
  • ভাৰত-ম্যানমাৰ সীমান্তত ভয়ংকৰ ভূমিকম্প।
  • দেওবাৰে পুৱা জোকাৰি গ'ল ভূমিকম্পই।
  • পুৱা ১১.৫৮ বজাত আহিছিল এই ভূমিকম্প।
  • ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাৱল্য ৪.৭ বুলি জানিব পৰা গৈছে।
  • বৰ্তমানেও জানিব পৰা হোৱা নাই ক্ষয়-ক্ষতিৰ পৰিমাণ।