আন্তঃৰাষ্ট্ৰীয়

আজি হকী বিশ্বকাপত গ্ৰুপ পৰ্যায়ৰ মেচত কানাডা বনাম ভাৰত

asomiyapratidin
  • হকী বিশ্বকাপত গ্ৰুপ পৰ্যায়ৰ মেচত আজি কানাডাৰ বিৰুদ্ধে ভাৰত।
  • ইফালে, আনখন মেচত দক্ষিণ আফ্ৰিকাৰে মুখামুখি হ'ব বেলজিয়াম।
  • ৪ পইণ্টেৰে তালিকাৰ শীৰ্ষ স্থানত আছে ভাৰত।