টকিঅ' অলিম্পিকৰ পৰা পুনৰ আহিছে বেয়া খবৰ। মহিলা হকীত পৰাস্ত হ'ল ভাৰত। ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় মহিলা দল পৰাস্ত হৈছে। ১-৪ ব্যৱধানত পৰাস্ত হৈছে ভাৰতীয় মহিলা দলটো। ভাৰতৰ হৈ একমাত্ৰ গ'লটো কৰিবলৈ সক্ষম হয় শৰ্মিলা দেৱীয়ে।