আন্তঃৰাষ্ট্ৰীয়

চীনত গেছ ফেক্টৰীত বিস্ফোৰণ, নিহত ১০

asomiyapratidin
  • হেনন অঞ্চলত থকা এটা গেছ ফেক্টৰীত বিস্ফোৰণ।
  • বিস্ফোৰণত ১০ জন লোক নিহত।
  • ১৯ জন লোক হৈছে আহত।
  • স্থানীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি আহত সকলৰ অৱস্থা বৰ্তমান সংকটমুক্ত।
  • বৰ্তমানেও সন্ধানহীন হৈ আছে ৫ জন লোক।