আন্তঃৰাষ্ট্ৰীয়

দুদিনীয়া কাৰ্যসূচীৰে চীনলৈ বিদেশ সচিব বিজয় কেশৱ গোখলে

asomiyapratidin
  • দেওবাৰে দুদিনীয়া কাৰ্যসূচীৰে চীনলৈ যাব বিদেশ সচিব বিজয় কেশৱ গোখলে।
  • বিদেশ মন্ত্ৰী বাং য়ীৰে মিলিত হ'ব আলোচনাত।
  • কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা হোৱাৰ সম্ভাৱনা।
  • এই ভ্ৰমণকালত মাছুদ আজাহাৰ সন্দৰ্ভতো আলোচনা হোৱাৰ সম্ভাৱনা।