আন্তঃৰাষ্ট্ৰীয়

বেংকত ভিতৰত দুৰ্বৃত্তৰ গুলীচালনা, নিহত ৫

asomiyapratidin

ডিজিটেল ডেস্কঃ দক্ষিণ আমেৰিকাৰ ফ্লৰিডাত বৃহস্পতিবাৰে সংঘটিত হয় এক গুলীচালনাৰ ঘটনা। পুৱাই এটা বেংকত এজন দুৰ্বৃত্তৰ প্ৰৱেশ কৰি গুলীচালনা কৰাৰ ফলত থিতাতে নিহত হয় ৫ জন লোক। ঘটনা সংঘটিত কৰিয়ে দুৰ্বৃত্তজন পলায়ন কৰে যদিও বেংকটোৰ চি চি টিভিত বন্দী হোৱা দৃশ্যৰ ভিত্তিত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।