আন্তঃৰাষ্ট্ৰীয়

বিধ্বংসী অগ্নিকাণ্ডত কমেও ১০ জনৰ মৃত্যু

asomiyapratidin
  • ব্ৰাজিলৰ এটা ফুটবল ক্লাৱত বিধ্বংসী অগ্নিকাণ্ড।
  • ফ্লেমগেন' ফুটবল ক্লাৱত সংঘটিত হয় অগ্নিকাণ্ড।
  • অগ্নিকাণ্ডত নিহত কমেও ১০ জন ব্যক্তি।
  • অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।