আন্তঃৰাষ্ট্ৰীয়

আফগানিস্তানৰ নাহৰেইনত ঈদৰ প্ৰাৰ্থনাৰ মাজতে বিস্ফোৰণ, নিহত ২, আহত ১৪

asomiyapratidin
  • আফগানিস্তানৰ নাহৰেইন জিলাত বিস্ফোৰণ কাণ্ড।
  • ঈদৰ প্ৰাৰ্থনা চলি থকাৰ সময়তে সংঘটিত হয় বিস্ফোৰণ।
  • বিস্ফোৰণত নিহত ২জন লোক।
  • আহত হৈছে প্ৰায় ১৪ জন লোক।
  • ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।
  • বিস্ফোৰণ কাণ্ডৰ দায়িত্ব এতিয়াও কোনো সংগঠনে স্বীকাৰ কৰা নাই।