ঘোষণা কৰা হ'ল শান্তিৰ ন'বেল বঁটা। ইথিওপিয়াৰ প্রধানমন্ত্ৰী অবি আহমেদ আলীক প্ৰদান কৰা হয় এই বঁটা।এই বঁটা তেওঁক প্ৰদান কৰা হয় শত্ৰু ৰাষ্ট্ৰ ইৰিট্ৰিয়াৰ সৈতে সম্বন্ধ ভাল কৰাৰ বাবে।ন'বেল কমিটীয়ে ঘোষণা কৰে এই কথা।