আন্তঃৰাষ্ট্ৰীয়

পুৱাই ভূমিকম্পৰ জোকাৰণি

asomiyapratidin
  • শনিবাৰে পুৱাই ভূমিকম্পই জোকাৰি গ'ল আন্দামানদ্বীপ।
  • পুৱা প্ৰায় ৪.৪৪ বজাত আন্দামানত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি।
  • ৪.৭ প্ৰাবল্যৰ আছিল এই ভূমিকম্প।
  • বৰ্তমানলৈ কোনো লোক হতাহত হোৱা খবৰ পোৱা নাই।