আন্তঃৰাষ্ট্ৰীয়

৬.৪ প্ৰাবল্যৰ ভূমিকম্পই জোঁকাৰি গ’ল ফিলিপিন্স…

asomiyapratidin
  • সোমবাৰে ভূমিকম্পই জোঁকাৰি গ'ল ফিলিপিন্সক।
  • চেন্ট্ৰেল ফিলিপিন্সত অনুভূত হয় ভূমিকম্পৰ জোঁকাৰণি।
  • ফিলিপিন্সৰ মনীলাত কেইবাটাও অট্টালিকাত ফাঁট মেলে।
  • ৰিখতাৰ স্কেলৰ ৬.৪ প্ৰাবল্যৰ আছিল এই ভূমিকম্প।