আন্তঃৰাষ্ট্ৰীয়

পুৱতি নিশাই ভূমিকম্পই জোকাৰিলে ইণ্ডোনেছিয়া

asomiyapratidin
  • পুনৰ ভূমিকম্পই কঁপাই গ'ল ইণ্ডোনেছিয়া।
  • ৫.৫ প্ৰাবল্যৰ ভূমিকম্প অনুভূত।
  • ইণ্ডোনেছিয়াৰ ল'ম্ব'কত অনুভূত হয় ভূমিকম্প।
  • ভূমিকম্প অনুভূত হয় পুৱতি নিশা প্ৰায় ১.০২ বজাত।