আন্তঃৰাষ্ট্ৰীয়

ভূমিকম্প !

asomiyapratidin
  • চুবুৰীয়া দেশ নেপালত ভূমিকম্প।
  • সোমবাৰে দুপৰীয়া ১.৩১ বজাত আহে এই ভূমিকম্প।
  • নেপালৰ ৰাজধানী চহৰ কাঠমাণ্ডুৰ পৰা ৬০ কিলোমিটাৰ দূৰত এই ভূমিকম্পৰ উৎপত্তিস্থল।
  • নেপালৰ উত্তৰ গোৰ্খা জিলাত ইয়াৰ কম্পন অনুভৱ কৰা হয়।
  • ভূমিকম্পৰ প্ৰাবল্য আছিল ৰিখটাৰ স্কেলত ৪.৩।
  • ভূমিকম্পৰ ফলত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই।