আন্তঃৰাষ্ট্ৰীয়

পুনৰ ভূমিকম্প…

asomiyapratidin
  • ভূমিকম্পই জোকাৰি গ'ল ইণ্ডোনেছিয়া।
  • শুকুৰবাৰে নিদৰ ৩-৩৪ বজাত মৃদু ভূমিকম্প অনুভূত হ'ল দেশখনত।
  • ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.০।
  • ইণ্ডোনেছিয়াৰ উত্তৰ সুমাত্ৰাত আহে এই ভূমিকম্প।