আন্তঃৰাষ্ট্ৰীয়

ভূমিকম্পই জোকাৰি গ’ল…

asomiyapratidin
  • ভূমিকম্পই জোকাৰি গ'ল পশ্চিমীয়া তুৰ্কী অঞ্চল।
  • বুধবাৰে দিনৰ ভাগত অনুভূত হয় এই জোকাৰণি।
  • ৰিখটাৰ স্কেলত ভূমিকম্পটোৰ প্ৰাবল্য ৬.৪।
  • ভূমিকম্পটোৰ কেন্দ্ৰ ইউৰোপ বুলি সদৰি।
  • এতিয়ালৈকে লাভ কৰা নাই কোনো ক্ষয়ক্ষতিৰ খবৰ।