আন্তঃৰাষ্ট্ৰীয়

অনুভূত জোকাৰণিঃ ৰিখটাৰ স্কেলত প্ৰাবল্য…

asomiyapratidin
  • ভূমিকম্পই জোকাৰি গ'ল আফগানিস্তান।
  • আফগানিস্তানৰ হিন্দু কুশ ক্ষেত্ৰত অনুভূত হয় জোকাৰণি।
  • আবেলি ২.৫২ বজাত অনুভূত হয় কম্পন।
  • ৰিখটাৰ স্কেলত ভূমিকম্পটোৰ প্ৰাবল্য আছিল ৫.০।
  • অৱশ্যে ক্ষয় ক্ষতিৰ বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই।