- 'ভাৰত-পাকিস্তানৰ মাজত এক তীব্ৰ সংঘাত সৃষ্টি হৈছে।'
- এই মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ।
- ৱাছিংটনত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি কাশ্মীৰ বিষয়ক লৈ এই মন্তব্য কৰে ট্ৰাম্পে।
- 'দুয়োখন ৰাষ্ট্ৰৰ মাজত মই মধ্যস্থতাকাৰী হিচাপে বা অন্য কিবা কৰিব পাৰো নেকি চেষ্টা কৰিম।'
- 'ভাৰত-পাকিস্তানৰ মাজত সুসম্পৰ্ক আছে।'
- 'কিন্তু এই মুহূৰ্তত দুয়োখন ৰাষ্ট্ৰ কোনোপধ্যেই বন্ধু নহয়।'