- জনপ্ৰিয় ফুটবল খেলুৱৈ ডিয়েগ' মাৰাডোনা আৰু নাই।
- হৃদক্ৰিয়া বন্ধ হৈ পৰাৰ ফলত মৃত্যু হয় আৰ্জেন্টিনাৰ কিংবদন্তি ফুটবল খেলুৱৈগৰাকীৰ।
- নৱেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা চিকিৎসাধীন হৈ আছিল তেওঁ।
- মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬০ বছৰ।
- দুসপ্তাহৰ পূৰ্বে তেওঁৰ ব্লাড ক্ল'টৰ অন্ত্ৰোপচাৰ কৰা হৈছিল।