আন্তঃৰাষ্ট্ৰীয়

৩১ জুলাইৰ লৈকে দেশত আন্তৰাষ্ট্ৰীয় বাণিজ্যিক বিমান সেৱা বন্ধ…

asomiyapratidin
  • চলিত বৰ্ষৰ ৩১ জুলাইৰ লৈকে দেশত আন্তৰাষ্ট্ৰীয় বাণিজ্যিক বিমান সেৱা বন্ধ।
  • শুকুৰবাৰে কেন্দ্ৰই জাৰি কৰিছে এই নিৰ্দেশ।
  • ৩১ জুলাইৰ লৈকে দেশৰ পৰা কোনো বিমান বাহিৰলৈ আৰু বাহিৰৰ পৰা দেশৰ ভিতৰত প্ৰৱেশ নিষেধ।
  • দেশত কোৰোনাৰ বৰ্দ্ধিত সংক্ৰমণৰ ওপৰত চকু দি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।