দেশৰ মল্লযুঁজাৰু দীপক পুনিয়া পৰাস্ত।অলিম্পিকৰ ব্ৰঞ্জৰ পদকৰ মেচত পৰাস্ত হৈছে দীপক পুনিয়া।মল্লযুঁজৰ ৮৬ কেজি শাখাত প্ৰতিদ্বন্দ্বীতা আগবঢ়াইছিল দীপক পুনিয়াই।ব্ৰঞ্জৰ পদকৰ মেচত দীপক পুনিয়া ছান মাৰিনোৰ মাইলছ এমিনৰ হাতত ২-৪ৰ ব্যৱধানত পৰাস্ত হয়।