আন্তঃৰাষ্ট্ৰীয়

কোৰোনা ভাইৰাছৰ বাবে মৃত্যু হোৱা লোকৰ সংখ্যা ২,৫৯২ গৰাকীলৈ বৃদ্ধি

asomiyapratidin
  • কোৰোনা ভাইৰাছৰ বাবে মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি।
  • ২,৫৯২ গৰাকীলৈ বৃদ্ধি কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা।
  • নতুনকৈ ১৫০গৰাকী লোকৰ দেহত কোৰোনা ভাইৰাছৰ উপস্থিতিৰ কথা জানিব পৰা গৈছে।
  • দেওবাৰে মুঠ ৯৭ গৰাকী লোকৰ কোৰোনা ভাইৰাছৰ বাবে মৃত্যু হয়।