সময়ঃ ১ এপ্ৰিল ২০২০, সন্ধিয়া ৮ বজালৈ
বিশ্বত কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যাঃ ৮,৮৪,৯৯৬জন।
মৃত্যুহোৱা লোকৰ সংখ্যাঃ ৪৪,২০১জন।
আটাইতকৈবেছি লোক মৃত্যু হৈছেঃ ইটালীত (১২,৪২৮জন)
আটাইতকৈবেছি লোক আক্ৰান্ত হৈছেঃ আমেৰিকাত (১৮৯,৬৬১জন)
কোৰোনা ভাইৰাছত মৃত্যু হোৱা কেইখনমান দেশৰতথ্য-
• আমেৰিকাঃ ৪,০৯৭জন।
• ইটালীঃ ১২,৪২৮জন।
• চীনঃ ৩,৩১২জন।
• স্পেইনঃ ৯,০৫৩জন।
• ইৰাণঃ ২,৮৯৮জন।
• ইংলেণ্ডঃ ২,৩৫২জন।
• ফ্ৰান্সঃ ৩৫২৩জন।
• বাংলাদেশঃ ৬জন।
• পাকিস্তানঃ ২৬জন।
• নেপালঃ ০ জন।
• ৰাছিয়াঃ ২৪জন।
• গ্ৰীচঃ ৪৯জন।
• জাপানঃ ৫৭জন।
• ভাৰতঃ ৫৩জন।
ভাৰততকোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যাঃ ১৯৪৬জন।
ভাৰততকোৰোনা ভাইৰাছত আক্ৰান্ত হৈ নিহত হোৱা লোকৰ সংখ্যাঃ৫৩জন।
ৰাজ্যজুৰিকোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা-