আন্তঃৰাষ্ট্ৰীয়

ইটালীৰ পাছত মৃত্যুৰ ঘণ্টা বাজিছে স্পেইনত, ২৪ ঘণ্টাত ৬২৪জনৰ মৃত্যু, সবিশেষ তথ্য…

asomiyapratidin

সময়ঃ ২৯ মাৰ্চ, ২০২০ৰ নিশা ১২ বজালৈ।

বিশ্বতকোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যাঃ ৭১০,৯৫০জন।

মৃত্যুহোৱা লোকৰ সংখ্যাঃ ৩,৫৫৩ জন।

আটাইতকৈবেছি লোক মৃত্যু হৈছেঃ ইটালীত (১০,৭৭৯জন)

আটাইতকৈবেছি লোক আক্ৰান্ত হৈছেঃ আমেৰিকাত (১৩৫,৬২৭জন)

কোৰোনা ভাইৰাছত মৃত্যু হোৱা কেইখনমান দেশৰ তথ্য-

• আমেৰিকাঃ ২,৩৮৫জন।
• ইটালীঃ ১০,৭৭৯জন।
• চীনঃ ৩,৩০০জন।
• স্পেইনঃ ৬,৬০৬জন।
• ইৰাণঃ ২,৬৪০জন।
• ইংলেণ্ডঃ ১২২৮জন।
• ফ্ৰান্সঃ ২,৬০৬জন।
• বাংলাদেশঃ ৫জন।
• পাকিস্তানঃ ১৪জন।
• নেপালঃ ০ জন।
• ৰাছিয়াঃ ৮জন।
• গ্ৰীচঃ ৩৮জন।
• জাপানঃ ৫৪জন।
• ভাৰতঃ ২৭জন।

ভাৰততকোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যাঃ ১১৩৯জন।

ভাৰতত কোৰোনা ভাইৰাছতআক্ৰান্ত হৈ নিহত হোৱা লোকৰ সংখ্যাঃ ২৭জন।

ৰাজ্যজুৰিকোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা-

• কেৰালাতঃ ২০২
• মহাৰাষ্ট্ৰঃ ২০৩
• কৰ্ণাটকঃ ৮৩
• তেলেংগানাঃ ৭০
• উত্তৰপ্ৰদেশঃ ৭২
• গুজৰাটঃ ৬৩
• ৰাজস্থানঃ ৫৯
• তামিলনাডুঃ ৫০
• দিল্লীঃ ৭২
• পঞ্জাৱঃ ৩৮
• হাৰিয়ানাঃ ৩৫
• মধ্যপ্ৰদেশঃ ৩৯
• জম্মু-কাশ্মীৰঃ ৩৮
• পশ্চিমবংগঃ ২১
• বিহাৰঃ ১৫
• অন্ধ্ৰপ্ৰদেশঃ ২১
• লাডাখঃ ১৩
• ছণ্ডীগড়ঃ ৮
• ছত্তীশগড়ঃ ৭
• উত্তৰাখণ্ডঃ ৭
• গোৱাঃ ৫
• হিমাচলপ্ৰদেশঃ ৩
• ওড়িশ্যাঃ ৩
• মণিপুৰঃ ১
• মিজোৰামঃ ১
• পুডুচেৰীঃ ১