আন্তঃৰাষ্ট্ৰীয়

COVID-19ত আক্ৰান্ত হৈ ৪০ সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক সবিশেষ তথ্য…

asomiyapratidin

সময়ঃ ৩১ মাৰ্চ২০২০ৰ নিশা১১ বজালৈ।

বিশ্বতকোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যাঃ ৮২৮,৩১৪জন।

মৃত্যুহোৱা লোকৰ সংখ্যাঃ ৪০,৭৩৫জন।

আটাইতকৈবেছি লোক মৃত্যু হৈছেঃ ইটালীত (১২,৪২৮জন)

আটাইতকৈবেছি লোক আক্ৰান্ত হৈছেঃ আমেৰিকাত (১৭৬,১৫৮জন)

কোৰোনা ভাইৰাছত মৃত্যু হোৱা কেইখনমান দেশৰতথ্য-

• আমেৰিকাঃ ৩,৪৩১জন।
• ইটালীঃ ২,৪২৮জন।
• চীনঃ ৩,৩০৫জন।
• স্পেইনঃ ৮,২৬৯জন।
• ইৰাণঃ ২,৮৯৮জন।
• ইংলেণ্ডঃ ১,৭৮৯জন।
• ফ্ৰান্সঃ ৩০২৪জন।
• বাংলাদেশঃ ৫জন।
• পাকিস্তানঃ ২6জন।
• নেপালঃ ০ জন।
• ৰাছিয়াঃ ১৭জন।
• গ্ৰীচঃ ৪9জন।
• জাপানঃ ৫৬জন।
• ভাৰতঃ ৪৮জন।

ভাৰততকোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যাঃ ১,৬১৬জন।

ভাৰততকোৰোনা ভাইৰাছত আক্ৰান্ত হৈ নিহত হোৱা লোকৰ সংখ্যাঃ ৪৮জন।

ৰাজ্যজুৰিকোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা-

• কেৰালাতঃ ২৪১
• মহাৰাষ্ট্ৰঃ ৩০২
• কৰ্ণাটকঃ ১০১
• তেলেংগানাঃ ৯২
• উত্তৰপ্ৰদেশঃ ১০১
• গুজৰাটঃ ৭৪
• ৰাজস্থানঃ ৯৩
• তামিলনাডুঃ ১২৪
• দিল্লীঃ ১২০
• পঞ্জাৱঃ ৪১
• হাৰিয়ানাঃ ৪৩
• মধ্যপ্ৰদেশঃ ৬৬
• জম্মু-কাশ্মীৰঃ ৫৫
• পশ্চিমবংগঃ ২৭
• বিহাৰঃ ২১
• অন্ধ্ৰপ্ৰদেশঃ ৪৪
• লাডাখঃ ১৩
• ছণ্ডীগড়ঃ ১৫
• ছত্তীশগড়ঃ ৯
• উত্তৰাখণ্ডঃ ৭
• গোৱাঃ ৫
• হিমাচলপ্ৰদেশঃ ৩
• ওড়িশ্যাঃ ৪
• মণিপুৰঃ ১
• মিজোৰামঃ ১
• পুডুচেৰীঃ ১