আন্তঃৰাষ্ট্ৰীয়

প্ৰতি মুহুৰ্ততে সলনি হৈছে দৃশ্যপট, কোৰোনাই জুৰুলা কৰিছে বিশ্বক…

asomiyapratidin

সময়ঃ ১২ মে'ৰ বিয়লি ২ বজালৈকে

বিশ্বত কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যাঃ ৪,২৬৯,৬৮৪

মৃত্যু হোৱা লোকৰ সংখ্যাঃ ২৮৭,৫২৯

আটাইতকৈ বেছি লোক মৃত্যু হৈছেঃ আমেৰিকাত ৮১,৭৯৫

আটাইতকৈ বেছি লোক আক্ৰান্ত হৈছেঃ আমেৰিকাত ১,৩৮৫,৮৩৪

কেইখনমান দেশত কোৰোনা ভাইৰাছত মৃত্যু হোৱা লোকৰ তথ্য-

  • আমেৰিকাঃ ৮১,৭৯৫ জন।
  • স্পেইনঃ ২৬,৭৪৪ জন।
  • ইটালীঃ ৩০,৭৩৯ জন।
  • ফ্ৰান্সঃ ২৬,৬৪৩ জন।
  • চীনঃ ৪,৬৩৩ জন।
  • ইৰাণঃ ৬,৬৮৫ জন।
  • ইংলেণ্ডঃ ৩২,০৬৫ জন।
  • বাংলাদেশঃ ২৩৯ জন।
  • পাকিস্তানঃ ৭০৬ জন।
  • নেপালঃ ০ জন।
  • ৰাছিয়াঃ ২,১১৬ জন।
  • গ্ৰীচঃ ১৫১ জন।
  • জাপানঃ ৬৩৩ জন।
  • ভাৰতঃ ২,২৯৪জন।

ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যাঃ ৭১,৩৩৯জন।

ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ নিহত হোৱা লোকৰ সংখ্যাঃ২,৩১০জন।

ভাৰতত বিভিন্ন ৰাজ্যত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা

  • অসমঃ ৬৪
  • মহাৰাষ্ট্ৰঃ ২৩,৪০১
  • গুজৰাটঃ ৮,৫৪২
  • দিল্লীঃ ৭,৬৩৯
  • মধ্যপ্ৰদেশঃ ৩,৭৮৫
  • ৰাজস্থানঃ ৪,০৩৫
  • তামিলনাডুঃ ৮,০০২
  • উত্তৰপ্ৰদেশঃ ৩,৫৭৩
  • অন্ধ্ৰপ্ৰদেশঃ ২,০৫১
  • তেলেংগানাঃ ১,২৭৫
  • পশ্চিমবংগঃ ২,০৬৩
  • জম্মু-কাশ্মীৰঃ ৮৭৯
  • কৰ্ণাটকঃ ৯০৪
  • পঞ্জাৱঃ ১,৬৭৮
  • কেৰালাঃ ৫২০
  • বিহাৰঃ ৭৬১
  • হাৰিয়ানাঃ ৭৩০
  • উত্তৰাখণ্ডঃ ৬৮
  • চণ্ডীগড়ঃ ১৮৭
  • লাডাখঃ ৪২
  • আন্দামান আৰু নিকোবৰঃ ৩৩
  • চত্তীশগড়ঃ ৫৯
  • ঝাৰখণ্ডঃ ১৬৩
  • মণিপুৰঃ ২
  • অৰুণাচল প্ৰদেশঃ ১
  • মিজোৰামঃ ১
  • মেঘালয়ঃ ১৩
  • ছিকিমঃ ০ জন
  • ত্ৰিপুৰাঃ ১৫২