আন্তঃৰাষ্ট্ৰীয়

কোৰোনা ভাইৰাছৰ বাবে মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি…

asomiyapratidin
  • কোৰোনা ভাইৰাছৰ বাবে মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি।
  • বৰ্তমানলৈকে প্ৰায় ২,৯৪১ গৰাকী লোকে হেৰুৱাইছে প্ৰাণ।
  • আক্ৰান্ত হৈছে ৮৫ হেজাৰ লোক।
  • নতুনকৈ কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ ৩৫ গৰাকী লোকৰ মৃত্যু হৈছে।
  • ৫৭৩গৰাকী লোকৰ দেহত নতুনকৈ কোৰোনা ভাইৰাছৰ অৱস্থিতিৰ কথা জানিব পৰা গৈছে।