আন্তঃৰাষ্ট্ৰীয়

ভাৰতত ৩৪জনলৈ বৃদ্ধি পালে কোৰোনা ভাইৰাছত সংক্ৰমিত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা, পঢ়ক সবিশেষ তথ্য…

asomiyapratidin

সময়ঃ ৩০মাৰ্চ, ২০২০ৰ নিশা ১০ বজালৈ।

বিশ্বতকোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যাঃ ৫২,৬৭৮জন।

মৃত্যুহোৱা লোকৰ সংখ্যাঃ ৩৬,২২৬ জন।

আটাইতকৈবেছি লোক মৃত্যু হৈছেঃ ইটালীত (১১,৫৯১জন)

আটাইতকৈবেছি লোক আক্ৰান্ত হৈছেঃ আমেৰিকাত (১৪৫,৫৩১জন)

কোৰোনা ভাইৰাছত মৃত্যু হোৱা কেইখনমান দেশৰতথ্য-

• আমেৰিকাঃ ২,৬১৬জন।
• ইটালীঃ ১১,৫৯১জন।
• চীনঃ ৩,৩০৪জন।
• স্পেইনঃ ৭৩৪০জন।
• ইৰাণঃ ২,৭৫৭জন।
• ইংলেণ্ডঃ ১৪১৫জন।
• ফ্ৰান্সঃ ২,৬০৬জন।
• বাংলাদেশঃ ৫জন।
• পাকিস্তানঃ ২১জন।
• নেপালঃ ০ জন।
• ৰাছিয়াঃ ৯জন।
• গ্ৰীচঃ ৪৩জন।
• জাপানঃ ৫৪জন।
• ভাৰতঃ ৩৪জন।

ভাৰততকোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যাঃ ১৩১৮জন।

ভাৰততকোৰোনা ভাইৰাছত আক্ৰান্ত হৈ নিহত হোৱা লোকৰ সংখ্যাঃ ৩৪জন।

ৰাজ্যজুৰিকোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা-

• কেৰালাতঃ ২৩৪
• মহাৰাষ্ট্ৰঃ ২২০
• কৰ্ণাটকঃ ৯১
• তেলেংগানাঃ ৭৭
• উত্তৰপ্ৰদেশঃ ৯৬
• গুজৰাটঃ ৭০
• ৰাজস্থানঃ ৬৯
• তামিলনাডুঃ ৬৭
• দিল্লীঃ ৯৭
• পঞ্জাৱঃ ৪১
• হাৰিয়ানাঃ ৩৬
• মধ্যপ্ৰদেশঃ ৪৭
• জম্মু-কাশ্মীৰঃ ৪৯
• পশ্চিমবংগঃ ২২
• বিহাৰঃ ১৫
• অন্ধ্ৰপ্ৰদেশঃ ২৩
• লাডাখঃ ১৩
• ছণ্ডীগড়ঃ ১৩
• ছত্তীশগড়ঃ ৭
• উত্তৰাখণ্ডঃ ৭
• গোৱাঃ ৫
• হিমাচলপ্ৰদেশঃ ৩
• ওড়িশ্যাঃ ৩
• মণিপুৰঃ ১
• মিজোৰামঃ ১
• পুডুচেৰীঃ ১