আন্তঃৰাষ্ট্ৰীয়

পুৱতি নিশা ৬.৭ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি…

asomiyapratidin
  • ভূমিকম্পই জোকাৰিলে চিলেৰ কোক্যুম্ব।
  • ৬.৭ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰিলে কোক্যুম্ব।
  • আন্তঃৰাষ্ট্ৰীয় সময় অনুসৰি দেওবাৰে পুৱতি নিশা ১.৩০ বজাত অনুভূত হয় জোকাৰণি।
  • বৰ্তমানলৈ কোনো লোক হতাহতি হোৱাৰ খবৰ পোৱা হোৱা নাই।