- ভূমিকম্পই জোকাৰি গল চীনক।
- চীনৰ ছিচুৱান প্ৰান্তত সোমবাৰে নিশা আৰু মঙলবাৰে পুৱা দুটাকৈ শক্তিশালী ভূমিকম্পৰ জোকাৰণি অনুভূত।
- ভূমিকম্পৰ ফলত ১১ গৰাকী লোকৰ প্ৰাণহানিৰ লগতে আন ১২২ গৰাকী লোক আহত।
- চীন ভূমিকম্প কেন্দ্ৰ(CENC)ৰ অনুসৰি ৰিখটাৰ স্কেলত প্ৰথমটো ভূমিকম্পৰ প্ৰাৱল্য ৬.০
- সোমবাৰে নিশা স্থানীয় সময়নুসৰি ১০.৫৫ বজাত ইবিন চহৰৰ চাংগিংগ এলেকাত অনুভূত হয়।
- মঙলবাৰে পুৱা অনুভূত হোৱা ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত প্ৰাৱল্য আছিল ৫.৩।
- বৰ্তমানেও অব্যাহত আছে উদ্ধাৰ অভিযান।
- নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা।