আন্তঃৰাষ্ট্ৰীয়

কোৰোনা ভাইৰাছৰ বাবে ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণ স্থগিত …

asomiyapratidin
  • ব্ৰিটেইনৰ প্ৰধান মন্ত্ৰীৰ বৰিছ জনচনে ভাৰত ভ্ৰমণ স্থগিত কৰিছে ।
  • কোৰোনা ভাইৰাছৰ বাবে যাত্ৰা বাতিল কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে ।
  • ভাৰতৰ গনৰাজ্য দিৱসত অতিথি ৰূপে আহাৰ খতা আছিল প্ৰধানমন্ত্ৰী গৰাকী ।
  • নতুন কোৰোনা ভাইৰাছৰ বাবে ব্ৰিটেইনত লকডাউন দিয়া হৈছে ।
  • নতুন কোৰোনা ভাইৰাছৰ বাবে বহু দেশে ভ্ৰমনত নিষেধাজ্ঞা আৰোপ কৰিছে ।
  • ভাৰতত বৰ্তমানলৈ নতুন কোৰোনা ৰোগত ৫৮ গৰাকী লোক আক্ৰান্ত হৈছে বুলি জানিব পৰা গৈছে ।