- নৱবৰ্ষৰ পহিলা দিনটোৰ নিশাই নাইজেৰিয়াৰ এখন বাৰত বিস্ফোৰণ ঘটিল আত্মঘাটী বোমাৰ।
- পশ্চিম নাইজেৰিয়াৰ লুইনালপাৰ ১৪ ডিই পথত থকা এখন বাৰত সংঘটিত হয় এই বিস্ফোৰণ।
- বিস্ফোৰণৰ সময়ত বাৰখন উপস্থিত আছি প্ৰায় অৰ্ধশতাধিক লোক।
- আত্মঘাটী বিস্ফোৰণটোত ঘটনাস্থলীতে প্ৰাণ হেৰুৱায় ৭ জন লোকে।
- আহত হয় কেইবাজনো।
- এই আত্মঘাটী বিস্ফোৰণৰ আঁৰত কোন জড়িত হৈ আছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই।