আন্তঃৰাষ্ট্ৰীয়

ভয়াবহ বিস্ফোৰণ, নিহত ১৭, আহত ৪০ৰো অধিক

asomiyapratidin
  • পাকিস্তানত ভয়ংকৰ আইইডি বিস্ফোৰণ।
  • কোৱেট্টাৰ হাজাৰগঞ্জী চব্জী মণ্ডীত সংঘটিত হয় এই বিস্ফোৰণ।
  • বিস্ফোৰণত নিহত ১৭ জন লোক।
  • ইফালে আহত হৈছে প্ৰায় ৪০ জন লোক।
  • শুকুৰবাৰে পুৱা সংঘটিত হয় এই বিস্ফোৰণ।
  • আহত সকলক ইতিমধ্যে ভৰ্তি কৰা হৈছে চিকিৎসালয়ত।
  • আহত সকলৰ কেইবাজনৰো অৱস্থা সংকটজনক।
  • বিস্ফোৰণৰ দায়িত্ব এতিয়ালৈকে কোনেও স্বীকাৰ কৰা নাই।
  • ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি।
  • হাজাৰগঞ্জী জিলা প্ৰশাসনে আৰম্ভ কৰিছে তদন্ত।