বুধবাৰে পুৱাই অষ্ট্ৰেলিয়াত উপস্থিত ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দ।৬দিনীয়া ভ্ৰমণসূচীৰে আজি ছিডনীত উপস্থিত ৰাষ্ট্ৰপতিগৰাকী।বিমান বন্দৰত ৰাষ্ট্ৰপতিগৰাকীক জনায় উষ্ম আদৰণি।অষ্ট্ৰেলিয়ালৈ যোৱা তেওঁৱেই প্ৰথম ভাৰতীয় ৰাষ্ট্ৰপতি।