ম্যানমাৰত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা।জেড মাইন অঞ্চলত ভূমিস্খলন হোৱাৰ ফলত ৫০জনৰো অধিক লোকৰ প্ৰাণহানি।এ এফ পিয়ে এই সন্দৰ্ভত প্ৰকাশ কৰিছে বাতৰি।শতাধিক লোক এই ঘটনাত আহত হোৱাৰ লগতে বহুজনৰ সা-সম্পত্তিৰ বিস্তৰ ক্ষতি।