আন্তঃৰাষ্ট্ৰীয়

অষ্ট্ৰেলিয়াত ভাৰতীয় উচ্চায়ুক্তৰ দায়িত্ব ল’ব অনুমুলা গিতেশ শৰ্মাই…

asomiyapratidin
  • অষ্ট্ৰেলিয়াত ভাৰতীয় নতুন উচ্চায়ুক্তক নিযুক্তি।
  • আই এফ এছ অনুমুলা গিতেশ শৰ্মাক এই পদত নিযুক্তি।
  • ১৯৮৬ বেটছৰ আই এফ এছ বিষয়া শৰ্মা।
  • তেওঁ শীঘ্ৰেই নতুন দায়িত্ব গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।