আন্তঃৰাষ্ট্ৰীয়

নিশা নিকোবৰ দ্বীপপুঞ্জত ভূমিকম্পৰ জোকাৰণি…

asomiyapratidin
  • বৃহস্পতিবাৰৰ নিশা নিকোবৰ দ্বীপপুঞ্জত ভূমিকম্পৰ জোকাৰণি।
  • ১২ বাজি ১ মিনিটত অনুভূত হয় এই ভূমিকম্প।
  • ৰিখটাৰ স্কেলত ভূমিকম্পটোৰ প্ৰাৱল্য ৫ ।
  • কোনো ক্ষয়-ক্ষতিৰ বাতৰি পোৱা হোৱা নাই।