আন্তঃৰাষ্ট্ৰীয়

ভয়ংকৰ ভূমিকম্পৰ জোঁকাৰণি…

asomiyapratidin

ডিজিটেল ডেস্কঃ ভয়ংকৰ ভূমিকম্পই জোকাৰি গ'ল পাপুৱা নিউ গিনীয়া। ভূমিকম্পৰ ফলত অনুভূত হয় প্ৰচণ্ড জোঁকাৰণিৰ। এই ভূমিকম্পৰ প্ৰাৱল্য ৰিখটাৰ স্কেলত ৬.০ বুলি জানিব পৰা গৈছে।

বৃহস্পতিবাৰে আহিছিল এই ভূমিকম্প। বিয়লি ৫.০৮ বজাত অহা ভূমিকম্পৰ পিছতে সৃষ্টি হয় হাহাকাৰ পৰিৱেশৰ। বৰ্তমানলৈকে জানিব পৰা নাই ক্ষয় ক্ষতিৰ পৰিমাণ।