আন্তঃৰাষ্ট্ৰীয়

আমেৰিকাত ভূপতিত যাত্ৰীবাহী বিমান, নিহত ৯জন…

asomiyapratidin
  • আমেৰিকাৰ ছাউথ ডক'টাত ভূপতিত এখন বিমান।
  • বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৯জনকৈ লোকে।
  • নিহতসকলৰ ভিতৰত বিমানখনৰ বৈমানিক আৰু দুটি শিশুও আছে।
  • স্থানীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, বিমানখনত আছিল মুঠ ১২জনকৈ লোক।
  • বিমানখন চেবৰলেনৰ পৰা ইদাহো অভিমুখে উৰা মাৰিছিল।