আন্তঃৰাষ্ট্ৰীয়

১৯ এপ্ৰিলৰ ভিতৰত সকলো প্ৰাপ্তবয়স্ক লোকক টিকাকৰণ কৰা হ’বঃ জ’ বাইডেন

asomiyapratidin

ডিজিটেল ডেস্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনে কভিড টিকাকৰণ সন্দৰ্ভত এক ঘোষণা কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, অহা ১ এপ্ৰিলৰ ভিতৰত দেশখনৰ সকলো প্ৰাপ্তবয়স্ক লোককে কভিড টিকাকৰণ কৰা হ'ব।

পূৰ্বতে ৰাষ্ট্ৰপতিগৰাকীয়ে ১ মে' ভিতৰত টিকাকৰণৰ সময়-সীমা ধাৰ্য কৰিছিল। কিন্তু কোৰোনাৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ এই সময়-সীমা ১৯ এপ্ৰিললৈ আগুৱাই আনিলে। বৰ্তমান সমগ্ৰ বিশ্বৰ লগতে আমেৰিকাতো মহামাৰী কোৰোনাৰ দ্বিতীয়টো ঢৌ আৰম্ভ হৈছে।