আফগানিস্তানত আই ই ডি বিস্ফোৰণ।আফগানিস্তানৰ ঘাজনীত সংঘটিত হয় এই আই ই ডি বিস্ফোৰণ।বিস্ফোৰণত নিহত এজন লোক।ইফালে, গুৰুতৰভাৱে আহত পাঁচজন।আৰক্ষীৰ মতে, এই বিস্ফোৰণ ঘাজনীৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক আঘাত কৰাৰ লক্ষ্যৰে কৰা হৈছিল।