পাকিস্তানত ভয়াৱহ পথ দুৰ্ঘটনা।ৰে'লে মহতিয়ালে যাত্ৰীবাহী বাছ।শিখ সম্প্ৰদায়ৰ লোক আছিল বাছখনত।পাকিস্তানৰ পাঞ্জাৱৰ শ্বেইখুপুৰা জিলাত এই ঘটনা সংঘটিত হৈছে।১৯ গৰাকী যাত্ৰীৰ মৃত্যু হৈছে।৮ জন যাত্ৰী আহত হৈছে।