আন্তঃৰাষ্ট্ৰীয়

গাজিয়াবাদৰ এটা ফেক্টৰীত ভয়ংকৰ বিস্ফোৰণ, নিহত ৭

asomiyapratidin
  • গাজিয়াবাদৰ মোদীনগৰস্থিত এটা ফেক্টৰীত ভয়ংকৰ বিস্ফোৰণ।
  • এই বিস্ফোৰণত নিহত হৈছে ৭গৰাকীকৈ লোক।
  • ৪গৰাকী লোক গুৰুতৰভাৱে আহত হোৱাৰ খবৰ পোৱা গৈছে।
  • গাজিয়াবাদৰ জিলা উপায়ুক্তই সদৰি কৰিছে যে, আহত সকলক ভৰ্তি কৰা হৈছে হস্পাতালত।
  • সমগ্ৰ ঘটনাক লৈ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।
  • কি কাৰণত এই বিস্ফোৰণ সংঘটিত হবলৈ পালে সেই কথা এতিয়াও পোহৰলৈ অহা নাই।