ক্রীড়া-জগত

বিশ্বকাপ-২০১৯ত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শ্বেখৰ ধৱনৰ শতক…

asomiyapratidin
  • ক্ৰিকেট বিশ্বকাপত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শ্বেখৰ ধৱনৰ শতক।
  • ১০০টা বলত ১০৯ৰান সংগ্ৰহ কৰে শ্বেখৰ ধৱনে।
  • ধৱনৰ সৈতে ক্ৰীজত আছে অধিনায়ক বিৰাট কোহলি।
  • বিৰাট কোহলিয়ে ৩৪টা বলত ৩০ ৰান সংগ্ৰহ কৰে।
  • ভাৰতে ১টা উইকেইৰ বিনিময়ত ৩৪.২ অভাৰত সংগ্ৰহ কৰিছে ২০২ ৰান।