- ক্ৰিকেট বিশ্বকাপ ২০১৯ত বুধবাৰে দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰিলে নিউজিলেণ্ডে।
- প্ৰথমে বেটিং কৰি দক্ষিণ আফ্ৰিকাই বান্ধি দিয়া ২৪২ ৰানৰ লক্ষ্য ভাঙি দিয়ে নিউজিলেণ্ডে।
- ৪৮.৩ অভাৰত ২৪৫ ৰান সংগ্ৰহ কৰি জয়ী হয় নিউজিলেণ্ড।
- ৬ টা উইকেট হেৰুৱাই এই ৰান সংগ্ৰহ কৰে নিউজিলেণ্ডে।
- নিউজিলেণ্ডৰ অধিনায়ক কেনি ৱিলায়মছন ১৩৮ টা বলত সংগ্ৰহ কৰে ১০৬ ৰান।