ক্রীড়া-জগত

ক্ৰিকেট বিশ্বকাপ ২০১৯ঃ পাকিস্তানৰ বিৰুদ্ধে নিউজিলেণ্ড…

asomiyapratidin
  • ক্ৰিকেট বিশ্বকাপ ২০১৯ত বুধবাৰৰ মেচত নিউজিলেণ্ডৰ সন্মুখত পাকিস্তান।
  • টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত নিউজিলেণ্ডৰ।
  • ২১ অভাৰত নিউজিলেণ্ডে সংগ্ৰহ কৰিছে ৬৮ ৰান।
  • ৪টা উইকেটৰ বিনিময়ত এই ৰান সংগ্ৰহ কৰিছে দলটোৱে।
  • বৰ্তমান ক্ৰীজত আছে নিউজিলেণ্ডৰ বেটছমেন অধিনায়ক কেনি উইলিয়ামছন আৰু জেমছ নিশ্বাম।