ক্রীড়া-জগত

ক্ৰিকেট বিশ্বকাপ-২০১৯ঃ ৩৬ ৰানৰ ব্যৱধানত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ জয়…

asomiyapratidin
  • ক্ৰিকেট বিশ্বকাপত ভাৰতৰ জয়।
  • ৩৫৩ ৰানৰ লক্ষ্য বান্ধি দিছিল কোহলি বাহিনীয়ে।
  • ৫০ অভাৰত ৩১৬ ৰানহে কৰিবলৈ সক্ষম হয় অষ্ট্ৰেলিয়া।
  • ৩৬ ৰানৰ ব্যৱধানত জয়ী হয় ভাৰত।
  • ইয়াৰ পূৰ্বে ৫ জুনত প্ৰথমখন মেচতে দক্ষিণ আফ্ৰিকাৰ পৰাভূত কৰিছিল ভাৰতে।
  • অহা ১৩ জুনত নিউজিলেণ্ডৰ বিৰুদ্ধে খেলপথাৰত নামিব ভাৰত।
  • দেওবাৰৰ খেলখনত 'মেন অৱ দ্য মেচ' হয় ভাৰতীয় বেটছমেন শ্বেখৰ ধৱন।
  • ধৱনে ১১৭ ৰান সংগ্ৰহ কৰে মেচখনত।